বিধ্বস্ত! তথাপিও হিমন্তৰ বাবে অল ইজ ৱেল…

বিধ্বস্ত! তথাপিও হিমন্তৰ বাবে অল ইজ ৱেল…

author-image
asomiyapratidin
New Update
বিধ্বস্ত! তথাপিও হিমন্তৰ বাবে অল ইজ ৱেল…

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ৪খনতেই বিজেপি বিধ্বস্ত। মধ্যপ্ৰদেশত এতিয়াও অব্যাহত আছে কংগ্ৰেছ-বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা। এই মুহূৰ্তলৈকে ১১৩খন আসনত বিজেপি আৰু ১০৬খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে। ৰাজস্থানত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ দল আগবাঢ়িছে। ছত্তীশগড়তো কংগ্ৰেছৰ চৰকাৰ নিশ্চিত।

অৱশ্যে মিজোৰামত পতন ঘটিল কংগ্ৰেছ চৰকাৰৰ। ৪০খন বিধানসভা আসনৰ ভিতৰত ২৬খনতেই বিজয় সাব্যস্ত কৰিছে এম এন এফে। মাত্ৰ ৫খন আসনতহে থমকি ৰৈছে কংগ্ৰেছ। বিজেপিৰ এই পৰাজয়ৰ পাছতো মিজোৰামত এখন আসন লাভ কৰাতেই সন্তুষ্টি লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এম এন এফক অভিনন্দন জনাই হিমন্ত বিশ্ব শর্মাই ফেচবুকত সন্তুষ্টি ব্যক্তৰে কি লিখিলে চাওঁক-