Published on:
Updated on:
- এইবাৰ পৰীক্ষাৰ্থীৰ ৰূপত হিমা দাস।
- মঙলবাৰৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।
- এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ধিং এক্সপ্ৰেছ হিমা দাস।
- ধিং মহাবিদ্যালয়ৰ কলা শাখাত অৱতীৰ্ণ হৈছে হিমা।
- স্বৰ্ণকন্যা হিমাই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যাওঁতেই বহুতে জনালে তেওঁক অভিনন্দন।
- মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি পৰীক্ষা দিবলৈ গৈছে হিমা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in