আগন্তুক ২৪ ঘণ্টাত উত্তৰ-পূবত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা…

আগন্তুক ২৪ ঘণ্টাত উত্তৰ-পূবত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা…

author-image
asomiyapratidin
New Update
আগন্তুক ২৪ ঘণ্টাত উত্তৰ-পূবত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা…

প্ৰতীকি ফটো

  • আগন্তুক ২৪ ঘণ্টাত অসমকে ধৰি উত্তৰ-পূবত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।
  • ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই কথা।
  • বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি, অসম, ছিকিম, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত হ'ব পাৰে প্ৰবাল বৰষুণ-বজ্ৰপাত।
  • ইফালে, এই সময়চোৱাত পশ্চিম অসমত ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰো সম্ভাৱনা ব্যক্ত।