New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/keshab-mahanta-jjjku-wakhanananews3-copy.jpg)
ফাইল ফটো
- স্বাস্থ্যবিভাগৰ চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য।
- জুলাইৰ অন্তত নতুবা আগষ্টৰ প্ৰথম সপ্তাহতে পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা।
- বতৰলৈ অপেক্ষা স্বাস্থ্য বিভাগৰ।
- কলিয়াবৰত এই মন্তব্য প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।