New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/HBS-AMT-renupoma-20.jpg)
- কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- তেওঁৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ কাষত উপস্থিত হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা।
- অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত হৈছে অমিত শ্বাহৰ কাষত।
- ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ কথা সদৰি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/HBSSSSSSSSSSSSSSS-BODO-20-1024x471.jpg)