Published on:
Updated on:
- হাটশিঙিমাৰী আৰু মানকাচৰ মহাবিদ্যালয়ক কোৱাৰেন্টাইন চেণ্টাৰ হিচাপে জিলা প্ৰশাসনে কৰিব ব্যৱহাৰ।
- দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে ইতিমধ্যে ঘোষণা কৰিছে এই কথা।
- দুয়োখন মহাবিদ্যালয় অধ্যক্ষক জিলা প্ৰশাসনে দিছে নিৰ্দেশ।
- অতিৰিক্তভাৱে প্ৰস্তত কৰা হ'ব এই কোৱাৰেন্টাইন চেণ্টাৰ দুটা।
- উল্লেখ্য যে, ইতিমধ্যে প্ৰস্তত কৰা কোৱাৰেন্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা অহা লোক ভৰ্তি হৈ পৰিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in