Published on:
Updated on:
- হৰিশিঙা থানাৰ অন্তৰ্গত কাহিবাৰীত মঙলবাৰে সংঘটিত হৈছিল এক শোকাৱহ দুৰ্ঘটনা
- কাহিবাৰীত থকা ভোল্লা নদী পাৰ হ'বলৈ যাওতে নদীৰ সোঁতে উটুৱাই লৈ গৈছিল দুজনকৈ ছাত্ৰক।
- হৰিশিঙাৰ ভোল্লা নদীৰ বাঢ়নী পানীত সন্ধানহীন হৈছিল ২ জন ছাত্ৰ ।
- বুধবাৰে এছ ডি আৰ এফৰ অভিযানত ফুংখা বসুমতাৰী নামৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল।
- আজি পুনৰ উদ্ধাৰ হ'ল ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ ।
- এছ ডি আৰ এফ আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ হয় মৃতদেহটি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in