অসম
হিন্দী চিনেমাৰ দৰে হাজোত অপহৰণকাৰী আৰক্ষীৰ গুলীয়াগুলি…
- হাজোৰ চৰাবড়ীত সংঘটিত হৈছে গুলীচালনা।
- অপহৰণকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলী।
- জানিব পৰা মতে অপহৰণকাৰী ৰুবুলেও আৰক্ষীলৈ লক্ষ্য কৰি চলাইছিল গুলী।
- আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৰুবুল আলী নামৰ অপহৰণকাৰী।
- আৰক্ষীয়ে আটক কৰিবলৈ যাওঁতেই সংঘটিত হয় এই ঘটনা।
- ৰুবুল আলীৰ পৰা উদ্ধাৰ কৰা হৈছে এটা পইণ্ট-৩২ পিষ্টল।
- গুলীবিদ্ধ ৰুবুল আলী বৰ্তমান GMCHত ভৰ্তি।