/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8c72e273-59a5-4370-9445-cc31e4eb528e/ffff.jpg)
Hailakandi Supari Seized
ডিজিটেল ডেস্ক : হাইলাকান্দিত পুনৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্রাক জব্দ কৰে আৰক্ষীয়ে। অসম-মিজোৰাম সীমান্তৰ বিলাইপুৰ আৰক্ষীয়ে জব্দ কৰে ট্রাকখন। জব্দ কৰা ট্রাকখনৰ নম্বৰ AS-24 C 9732। উল্লেখ্য় যে থলুৱা চুপাৰিৰ সৈতে সৰবৰাহ কৰিছিল বাৰ্মিজ চুপাৰিখিনি।
আৰক্ষীয়ে আটক কৰে ট্রাক চালক শ্বেৰমান উদ্দিন লস্কৰক। আৰক্ষীয়ে জব্দ কৰে ২০৭ বস্তা থলুৱা চুপাৰি, ৯০ বস্তা বাৰ্মিজ চুপাৰি। উল্লেখ্য যে জব্দ কৰা বাৰ্মিজ চুপাৰিখিনিৰ মূল্য প্রায় ২০ লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us