Published on:
Updated on:
- হাইলাকান্দিত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী।
- ধৃত সৰবৰাহকাৰী জনৰ নাম নিজাম উদ্দিন বৰভূঞা
- হাইলাকান্দি জিলাৰ কাটলিছেড়া হাস্পতালৰ সম্মুখৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ীটোক।
- যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৭টা হেৰ'ইনৰ পেকেট।
Code:
Asomiya Pratidin
www.asomiyapratidin.in