হাইলাকান্দিত বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত ৪ ব্যৱসায়িক প্ৰতিষ্ঠান

হাইলাকান্দিত বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত ৪ ব্যৱসায়িক প্ৰতিষ্ঠান

author-image
asomiyapratidin
New Update
মৰিগাঁৱৰ দলবাৰীত বিধ্বংসী অগ্নিকাণ্ড

প্ৰতীকি ফটো

  • শুকুৰবাৰে নিশা হাইলাকান্দিত বিধ্বংসী অগ্নিকাণ্ড।
  • জুইৰ লেলিহান শিখাই তৎক্ষণাত আগুৰি ধৰে ৪খন ব্যৱসায়িক প্ৰতিষ্ঠান।
  • জুইত জাহ গ'ল চাৰিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বহু সা-সামগ্ৰী।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
  • হাইলাকান্দিৰ বন্দুকমাৰা গাঁৱত সংঘঠিত হৈছে এই অগ্নিকাণ্ড।