হাইলাকান্দিত বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত ৪ ব্যৱসায়িক প্ৰতিষ্ঠান

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শুকুৰবাৰে নিশা হাইলাকান্দিত বিধ্বংসী অগ্নিকাণ্ড।
  • জুইৰ লেলিহান শিখাই তৎক্ষণাত আগুৰি ধৰে ৪খন ব্যৱসায়িক প্ৰতিষ্ঠান।
  • জুইত জাহ গ'ল চাৰিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বহু সা-সামগ্ৰী।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
  • হাইলাকান্দিৰ বন্দুকমাৰা গাঁৱত সংঘঠিত হৈছে এই অগ্নিকাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in