New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019/02/aa-Cover-e9om6omvd7u0e7d34quge466c3-20170203062123.Medi_.jpeg)
প্ৰতীকি ফটো
গুৱাহাটীত পুনৰ চিলনী চোৰৰ সন্ত্রাস।
পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়িলে সোণৰ চেইন।
ৰাজগড়ৰ ১২ নং বাইলেনৰ কুণ্ডিল নগৰত এই ঘটনা।
সোমবাৰে সংঘটিত হৈছে এই ঘটনা।
ভুক্তভোগী মহিলাগৰাকী মমিতা বৰা বুলি জানিব পৰা গৈছে।
মমিতা বৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা।