/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/facedepress.jpg)
প্ৰতীকি ফটো
-
মহানগৰীৰ আগশাৰীৰ বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা।
-
ছাত্রাৱাসতে আত্মহনন শিক্ষাৰ্থীৰ।
-
সোমবাৰে পোহৰলৈ আহে এই ঘটনা।
-
ছাউথ পইণ্ট স্কুলত আত্মহত্যা ছাত্রৰ।
-
যাৰ বাবে সোমবাৰে বন্ধ ৰখা হৈছে বিদ্যালয়ৰ পাঠদান।
-
আত্মহনন কৰা ছাত্রজন দ্বাদশ শ্রেণীত অধ্যয়নৰত আছিল।
-
মৃত ছাত্রজন অৰুণাচলৰ বুলি জানিব পৰা গৈছে।