গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচনঃ কোন পদত কোনজন প্ৰাৰ্থীয়ে জয়লাভ কৰিলে, জানক সৱিশেষ

গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা।দহটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোট গণনা।

author-image
Asomiya Pratidin
New Update
গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচনঃ কোন পদত কোনজন প্ৰাৰ্থীয়ে জয়লাভ কৰিলে, জানক সৱিশেষ

ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা।দহটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোট গণনা। ৯০৬ গৰাকী ভোটাৰে সাৱ্যস্ত কৰিছিল ভোটদান। এই নিৰ্বাচনত তলত উল্লেখ কৰা প্ৰাৰ্থীসকলে জয়লাভ কৰিছে।

সভাপতিঃ সুস্মিতা গোস্বামী

উপ-সভাপতিঃযতীন ভাগৱতী

মহিলাৰ বাবে সংৰক্ষিত উপ-সভাপতি

অলকা বৰুৱা

সম্পাদকঃ সঞ্জয় ৰয়

সহকাৰী সাধাৰণ সম্পাদকঃ দিলোৱাৰ হুচেইন

সাংগঠনিক সম্পাদক: কিশোৰ শৰ্মা

সহকাৰী সাধাৰণ সম্পাদক মহিলা (সংৰক্ষিত)ঃ মিতালী কোঁৱৰ

কোষাধ্যক্ষঃ মনীন্দ্ৰ ডেকা

সাংস্কৃতিক সম্পাদকঃ পল্লৱী বৰা

ক্ৰীড়া সম্পাদকঃ আজাদ গগৈ

guwahati press club