New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/a46af14b-4b81-4571-810f-994c77e83ddb.jpg)
- গুৱাহাটীৰ মাছখোৱাত বহু পৰিমাণৰ ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক।
- ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম নিছাদ আলী শ্বাহ ওৰফে নাদিম।
- মাছখোৱাৰ এফ এ ৰোডত অপৰাধ অনুসন্ধান শাখা আৰু আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ ড্ৰাগছ।
- ধৃত নাদিমৰ পৰা নগদ ২২,৮৭০টকা আৰু ৮টা ম'বাইল ফোন।