Published on:
Updated on:
- অসমৰ ক্ৰীড়াপ্ৰেমী সকলৰ বাবে এটা ভাল খবৰ।
- আকৌ গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল।
- ৫ জানুৱাৰীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই খেলখন।
- ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হব টি–২০ খেলখন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in