Published on:
Updated on:
- লকডাউনৰ মাজতে গুৱাহাটীত ভয়ংকৰ ঘটনা।
- জু ৰোডৰ আকাশী পথৰ হাউছ নম্বৰ ৪ত অগ্নিসংযোগ।।
- জুইত জাহ যায় দুখনকৈ দুই চকীয়া বাহন।
- কথমপি প্ৰাণ ৰক্ষা পৰে ঘৰটোৰ পৰিয়ালৰ।
- নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰিবলৈ অহা দৃশ্য cctvত বন্দী হৈছে।
- নিশা প্ৰায় ২বজাত সাৰ পাই গৃহস্থৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।
- ইয়াৰ পূৰ্বেও অঞ্চলটোৰ বহু কেইৰৰ ৱালত লিখিছিল অশ্লীল বাক্য।
- গীতানগৰ থানাত ৰুজু কৰা হৈছে গোচৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in