গুৱাহাটী-ডিব্ৰুগড়মুখী যাত্ৰীবাহী বিমানত অঘটন, বৰঝাৰত জৰুৰী অৱতৰণ

গুৱাহাটী-ডিব্ৰুগড়মুখী যাত্ৰীবাহী বিমানত অঘটন, বৰঝাৰত জৰুৰী অৱতৰণ

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

  • গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যোৱা যাত্ৰীবাহী বিমানত অঘটন।

  • মাজ আকাশত ইণ্ডিগ বিমানখনৰ এটা ইঞ্জিন বিকল হৈ পৰে।

  • বৰঝাৰলৈ ঘূৰাই আনি বিমানখন জৰুৰী অৱতৰণ কৰা হয়।

  • বিমানখনত আছিল আন যাত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী।

  • বিমানখনত থকা সকলোবোৰ যাত্ৰী সুৰক্ষিত বুলি বিমান কৰ্তৃপক্ষৰ সূত্ৰত প্ৰকাশ।