New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/central.jpg)
- গুৱাহাটীৰ চেন্ট্ৰেল মলত পুৱাই সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ঘটনা।
- অগ্নি নিৰ্বাপনক বাহিনীৰ বহু কেইখন বাহন নিয়োজিত হৈ আছে অগ্নি নিৰ্বাপনৰ প্ৰচেষ্টাত।
- শ্বপিং মলটোৰ এখন ৰেস্তোৰাৰ পৰা জুইৰ সূত্ৰপাত।
- বৰ্তমানলৈকে পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ।
- বৰ্তমান স্তিমিত হৈছে জুই।
- এতিয়ালৈকে কোনো লোক আঘাট প্ৰাপ্ত হোৱাৰ খবৰ পোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us