যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

এন এফ এছ এ কেলেংকাৰীৰ সৈতে জড়িত পলাতক হেমন্ত তালুকদাৰ।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

এই মুহূৰ্তৰ খবৰ

  • ঢেকীয়াজুলি আৰু মিজিবাৰী জি পি এছ এছৰ সম্পাদকক গ্রেপ্তাৰ।

  • এন এফ এছ এ কেলেংকাৰীৰ সৈতে জড়িত পলাতক হেমন্ত তালুকদাৰ।

  • মুখ্যমন্ত্রীৰ এছ ভি চিৰ দলে যোৰাবাটৰ পৰা গ্রেপ্তাৰ কৰে তালুকদাৰক।

  • তালুকদাৰক পলায়নত সহযোগ কৰাৰ অভিযোগত গ্রেপ্তাৰ দুৰ্লভ নাথ নামৰ আন এজনক।

  • সম্প্রতি ৪ দিনৰ আৰক্ষীৰ ৰিমাণ্ডত অভিযুক্ত হেমন্ত তালুকদাৰ।

Also Read: ঘিলামৰাত এটি মূলপথৰ জৰাজীৰ্ণ অৱস্থা: কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ...

Assam police