Published on:
Updated on:
- বৃহস্পতিবাৰৰ পৰা দেওবাৰলৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।
- বৃহস্পতিবাৰ আৰু শুকুৰবাৰে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব হোলীৰ বাবে।
- শনিবাৰে মাহৰ চতুৰ্থ শনিবাৰৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।
- সোমবাৰেহে চৰকাৰী কাৰ্যালয়ত কাৰ্য সম্পাদন কৰিব পাৰিব কৰ্মচাৰীয়ে।
- অৱশ্যে কোষাগাৰ খুলি ৰখাৰ নিৰ্দেশ অসম চৰকাৰৰ।
- মাৰ্চ এণ্ডিঙৰ বাবে শুকুৰবাৰ আৰু শনিবাৰে খোলা থাকিব কোষাগাৰ।
- বিত্ত বিভাগৰ নিৰ্দেশমৰ্মে খোলা ৰখা হ'ব কোষাগাৰ প্ৰাধীকাৰীৰ কাৰ্যালয়।
Code:
Asomiya Pratidin
www.asomiyapratidin.in