মুখ্যমন্ত্ৰী মহোদয় এই VIDEO আপুনিও চাওক… কেনেদৰে উৎকোচ লয় চৰকাৰী কৰ্মচাৰীয়ে

মুখ্যমন্ত্ৰী মহোদয় এই VIDEO আপুনিও চাওক… কেনেদৰে উৎকোচ লয় চৰকাৰী কৰ্মচাৰীয়ে

• মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল'গান ভেকোভাওনাত পৰিণত।
• মুকলিকৈ চৰকাৰী কৰ্মচাৰীয়ে খুজি লয় উৎকোচ।
• মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত চলিছে মুকলি দুৰ্নীতিৰ বজাৰ।
• পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এই বজাৰ পাতিছে উপায়ুক্ত কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়ে।
• কৰ্মচাৰীজনৰ নাম মকিবুৰ ৰহমান।
• পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰাৰ্থীক লাগে বাকীজাঁই বিভাগৰ প্ৰমাণ পত্ৰ।
• সেই সুযোগ গ্ৰহণ কৰিছে কৰ্মচাৰীজনে।
• প্ৰমাণ পত্ৰ বিচাৰি অহা প্ৰাৰ্থীৰ পৰা লৈছে ন্যুনতম ৫০০ টকাকৈ ধন।
• গোপন কেমেৰাত বন্দী কৰা হ'ল সেই দৃশ্য।
• 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ হাতত সেই ভিডিঅ'।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in