New Update
- ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ।
- ১৯৪৭ চনৰ ১৪ আগষ্টত দেশ বিভাজনৰ ফলত সংঘটিত হৈছিল হিংসাত্মক ঘটনাৱলী।
- লক্ষ লক্ষ ভাৰতীয়ই হেৰুৱাইছিল নিজৰ ঠিকনা আৰু প্রাণ।
- সেই ভাৰতীয়সকলক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই আহ্বান।
- সন্ধিয়াৰ ভাগত নিজ বাসগৃহত এগছিকৈ বন্তি প্রজ্জ্বলনৰো আহ্বান চৰকাৰৰ।