গোসাঁইগাঁৱত বন বিভাগৰ শূন্যলৈ গুলীচালনা

বুঢ়াচাপৰি অভয়াৰণ্যত ৩ অনাধিকাৰ প্রৱেশকাৰীলৈ বন বিভাগৰ গুলী
বুঢ়াচাপৰি অভয়াৰণ্যত ৩ অনাধিকাৰ প্রৱেশকাৰীলৈ বন বিভাগৰ গুলী
  • গোসাঁইগাঁৱত বন বিভাগৰ শূন্যলৈ গুলীচালনা।

  • চোৰাং কাঠ বেপাৰীক ছত্রভংগ দিবলৈ বন বিভাগৰ গুলীচালনা।

  • গুলীৰ শব্দত পলাই যাওঁতেই আহত এটা চোৰাং কাঠ বেপাৰী।

  • কচুগাঁও বন সংমণ্ডলৰ ৰাইমনা ৰাষ্ট্রীয় উদ্যানত সংঘটিত এই ঘটনা।

  • ৬নং ৰাইটত শাল গছ কাটিবলৈ গৈছিল ৪ জনীয়া চোৰাং কাঠ বেপাৰী।

বুঢ়াচাপৰি অভয়াৰণ্যত ৩ অনাধিকাৰ প্রৱেশকাৰীলৈ বন বিভাগৰ গুলী
মহিলাসকলে ন্যায় লাভ নকৰা পৰ্যন্ত মোক একো সন্মান নালাগেঃ বজৰং পুনিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in