উত্তৰ গুৱাহাটীবাসীলৈ সকাহ, ৪খন জাহাজে আনিছে ভাল খবৰ

উত্তৰ গুৱাহাটীবাসীলৈ সকাহ, ৪খন জাহাজে আনিছে ভাল খবৰ
  • কিছু সময়ৰ পিছতে দীৰ্ঘদিনীয়া যাতায়তৰ অসুবিধাৰ পৰা পৰিত্ৰাণ পাব উত্তৰ গুৱাহাটীবাসীয়ে।
  • বৃহস্পতিবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত মুকলি হ'ব ৪খন জাহাজৰ সেৱা।
  • উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উদ্বোধন কৰিব  উত্তৰ গুৱাহাটীৰ তিনিটা জাহাজ ঘাটৰ বাবে ৪খন জাহাজ।
  • ইয়াৰে এখন ৰ'ৰ' জাহাজ।
  • এই সেৱাই ভাল খবৰ কঢ়িয়াই আনিছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীসকলৰ বাবে।
  • প্ৰায় ২৬ কোটি টকাৰে নিৰ্মাণ কৰি উলিয়াইছে ৰাজ্য চৰকাৰে জাহাজকেইখন।
  • উত্তৰ গুৱাহাটীৰ নতুন জাহাজ চাৰিখন ক্ৰমে- এমভি শংকৰদেৱ (ৰ' ৰ'), আৰপিএল বুঢ়াদিয়া, আৰপিএল বৰলীয়া আৰু এমভি পুঠিমাৰী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in