New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/50ae6ccc-f5b4-466c-9565-c4de665b521f.jpg)
- কিছু সময়ৰ পিছতে দীৰ্ঘদিনীয়া যাতায়তৰ অসুবিধাৰ পৰা পৰিত্ৰাণ পাব উত্তৰ গুৱাহাটীবাসীয়ে।
- বৃহস্পতিবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত মুকলি হ'ব ৪খন জাহাজৰ সেৱা।
- উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।
- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উদ্বোধন কৰিব উত্তৰ গুৱাহাটীৰ তিনিটা জাহাজ ঘাটৰ বাবে ৪খন জাহাজ।
- ইয়াৰে এখন ৰ'ৰ' জাহাজ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/34bfec9c-9500-4d34-bc0c-7c5563f43d54.jpg)
- এই সেৱাই ভাল খবৰ কঢ়িয়াই আনিছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীসকলৰ বাবে।
- প্ৰায় ২৬ কোটি টকাৰে নিৰ্মাণ কৰি উলিয়াইছে ৰাজ্য চৰকাৰে জাহাজকেইখন।
- উত্তৰ গুৱাহাটীৰ নতুন জাহাজ চাৰিখন ক্ৰমে- এমভি শংকৰদেৱ (ৰ' ৰ'), আৰপিএল বুঢ়াদিয়া, আৰপিএল বৰলীয়া আৰু এমভি পুঠিমাৰী।