Published on:
Updated on:
- বিশিষ্ট ভাষাবিদ, সাহিত্যিক ডঃ গোলোকচন্দ্ৰ গোস্বামী গুৰুতৰভাৱে অসুস্থ।
- মহানগৰীৰ কেজিএমটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিশিষ্ট ভাষাবিদগৰাকী।
- কেজিএমটিৰ আইচিইউত চিকিৎসাধীন গোস্বামী।
- বিশিষ্ট ভাষাবিদগৰাকীৰ বৰ্তমান বয়স ৯৬ বছৰ।
- যোৱা ৬ দি ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছে তেওঁ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in