সম্বন্বয় ক্ষেত্রৰ বাকৰিত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি...

গোলাঘাট জিলা প্ৰশাসন,জুবিন গাৰ্গ ফ্ৰেণ্ড ক্লাব গোলাঘাট আৰু বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুৱা নাম প্ৰসংগ,সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গোলাঘাটঃ  গোলাঘাটৰ সম্বন্বয় ক্ষেত্রৰ বাকৰিত গণশিল্পী জুবিন গাৰ্গৰ আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

গোলাঘাট জিলা প্ৰশাসন,জুবিন গাৰ্গ ফ্ৰেণ্ড ক্লাব গোলাঘাট আৰু বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুৱা নাম প্ৰসংগ,সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। বিয়লি দহ সহস্ৰাধিক জুবিন অনুৰাগীৰ দ্বাৰা মায়াবিনী ৰাতিৰ বুকুত গীত পৰিবেশন হব।

গোলাঘাট