গোলাঘাটত বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষঃ প্ৰায় ১৫ জন আহত

গোলাঘাটৰ নামবৰত ভয়াৱহ দুৰ্ঘটনা। বুধবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

author-image
Asomiya Pratidin
New Update
গোলাঘাটত বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষঃ প্ৰায় ১৫ জন আহত

  • গোলাঘাটৰ নামবৰত ভয়াৱহ দুৰ্ঘটনা।

  • বুধবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • বাছ আৰু ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত দুৰ্ঘটনাটো।

  • দুৰ্ঘটনাত ১৫জন লোক গুৰুতৰভাৱে আহত।

  • আহত সকলক শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত ভৰ্তি।

  • বাছখন বোকাজানৰ পৰা গোলাঘাট অভিমুখী আছিল।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ।