গোলাঘাটৰ সুৰা ট্ৰেজেডী, বৃহস্পতিবাৰে পৰিস্থিতি অধ্যয়নৰ বাবে যাব সৰ্বদলীয় প্ৰতিনিধি দল

গোলাঘাটৰ সুৰা ট্ৰেজেডী, বৃহস্পতিবাৰে পৰিস্থিতি অধ্যয়নৰ বাবে যাব সৰ্বদলীয় প্ৰতিনিধি দল

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ পৰিস্থিতি এতিয়াও ম্লান পৰা নাই।
  • বৃহস্পতিবাৰে এই অধ্যয়নৰ বাবে গোলাঘাটলৈ যাব সৰ্বদলীয় প্ৰতিনিধি দল।
  • তেওঁলোকে অধ্যয়ন কৰিব সমগ্ৰ পৰিৱেশ।
  • ইফালে পুৱা ১০ বজাৰ পৰা গোলাঘাটৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হ'ব লোক শুনানি।
  • উজনি অসমৰ আয়ুক্ত জুলী সোণোৱালে সাক্ষ্য গ্ৰহণ কৰিব এই লোক শুনানিত।
  • সুৰাৰ সন্ত্ৰাসক লৈ এতিয়াও উত্তপ্ত হৈ আছে পৰিস্থিতি।