বাইক-স্কুটীৰ সংঘৰ্ষত থিতাতে প্ৰাণ গ'ল এজনৰ...

গোলাঘাটৰ তেতেলীতলত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু স্কুটীৰ সংঘৰ্ষৰ ফলত সংঘটিত এই পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident

  • গোলাঘাটৰ তেতেলীতলত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বাইক আৰু স্কুটীৰ সংঘৰ্ষৰ ফলত সংঘটিত এই পথ দুৰ্ঘটনা।

  • থিতাতে মৃত্যু এজনৰ আৰু গুৰুতৰভাৱে আহত আন দুজন।

  • নিহতজন ৰাংঢালীৰ ৰক্তিম গগৈ।

  • আহত জোনাকীনগৰৰ জোনমণি গগৈ, উমাকান্ত গগৈ।

  • আহত দুয়োকে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্রেৰণ কৰা হৈছে।

road accident