গোলাঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, আটক ছাত্ৰসহ ৬জন

গোলাঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, আটক ছাত্ৰসহ ৬জন
Published on
Updated on
  • ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাটত অব্যাহত আছে আৰক্ষীৰ অভিযান।
  • শুকুৰবাৰে অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ৬জন লোকক গ্ৰেপ্তাৰ কৰে।
  • ইয়াৰে ৪জন ছাত্র বুলি জানিব পৰা গৈছে।
  • লোককেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ধন।
  • চহৰখনৰ ভিন্ন স্থানত অভিযান চলাইছিল আৰক্ষীয়ে।
  • আৰক্ষীয়ে জব্দ কৰে নগদ ১১,৫০০ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in