অসম গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই, চাওক VIDEO গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই, চাওক VIDEO asomiyapratidin 28 Feb 2019 10:56 IST Follow UsNew Updateবুধবাৰে গোলাঘাটৰ শালমৰা চাহ বাগিচাত উপস্থিত হয় অসম জাতীয়তা বাদী যুৱছাত্ৰ পৰিষদৰ সজাতী দল।দলটোত নেতৃত্ব দিয়ে সাধাৰণ সম্পাদক প্ৰলাশ চাংমাই আৰু সহকাৰী সাধাৰণ সম্পাদক জীতুল ৰাজখোৱাই।জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবিন্দই সমবেদনা জনালে মৃতকৰ আত্মীয়ক।চৰকাৰৰ ভুল নীতিৰ বাবেই এনে শোকাবহ ঘটনা সংঘটিত হোৱাৰ অভিযোগ।দলটোৱে উক্ত স্থানত খাদ্য সামগ্ৰী বিতৰণ কৰে।ডেৰ শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ পিছতো চৰকাৰে সুৰা প্ৰচলন নিষিদ্ধ নকৰাৰ অভিযোগ পলাশ চাংমাইৰ।চাওক তেওঁৰ মন্তব্য-আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই, চাওক VIDEO
গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই, চাওক VIDEO