গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই, চাওক VIDEO

গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাই, চাওক VIDEO
  • বুধবাৰে গোলাঘাটৰ শালমৰা চাহ বাগিচাত উপস্থিত হয় অসম জাতীয়তা বাদী যুৱছাত্ৰ পৰিষদৰ সজাতী দল।
  • দলটোত নেতৃত্ব দিয়ে সাধাৰণ সম্পাদক প্ৰলাশ চাংমাই আৰু সহকাৰী সাধাৰণ সম্পাদক জীতুল ৰাজখোৱাই।
  • জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবিন্দই সমবেদনা জনালে মৃতকৰ আত্মীয়ক।
  • চৰকাৰৰ ভুল নীতিৰ বাবেই এনে শোকাবহ ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
  • দলটোৱে উক্ত স্থানত খাদ্য সামগ্ৰী বিতৰণ কৰে।
  • ডেৰ শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ পিছতো চৰকাৰে সুৰা প্ৰচলন নিষিদ্ধ নকৰাৰ অভিযোগ পলাশ চাংমাইৰ।
  • চাওক তেওঁৰ মন্তব্য-

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in