‘চুলাই নিষিদ্ধ কৰি ৰক্ষা কৰক নিৰীহক’, গোলাঘাটত অবিৰত অনশন, চাওক VIDEO

‘চুলাই নিষিদ্ধ কৰি ৰক্ষা কৰক নিৰীহক’, গোলাঘাটত অবিৰত অনশন, চাওক VIDEO

author-image
asomiyapratidin
New Update
‘চুলাই নিষিদ্ধ কৰি ৰক্ষা কৰক নিৰীহক’, গোলাঘাটত অবিৰত অনশন, চাওক VIDEO

  • গোলাঘাটত সুৰা ট্ৰেজেডীৰ সৈতে জড়িতক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত অব্যাহত আছে অবিৰত অনশন।
  • অসমত মদ বন্ধ কৰা, গোলাঘাটৰ আবকাৰী আৰু যোগান বিভাগৰ মূৰব্বী বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা আদি।
  • সুৰা, গুটখা আদি নিচাজাতীয় সামগ্ৰীৰ লগতে লালীগুড় নিষিদ্ধ কৰাৰো দাবী প্ৰতিবাদকাৰীৰ।
Advertisment
  • সদৌ অসম দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ অবিৰত অনশন বুধবাৰৰ পৰা।
  • গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে সংগঠনটোৱে।
  • ৬ জনীয়া এটা দলে অব্যাহত ৰাখিছে এই অনশন।
  • অবৈধ সুৰা নিষিদ্ধ কৰি নিৰীহক ৰক্ষা কৰাৰ দাবী।