Published on:
Updated on:
- গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।
- বিনা চিকিৎসাত দুৰ্ঘটনাগ্রস্ত যুৱকৰ মৃত্যুৰ অভিযোগ।
- চিকিৎসালয়খন ঘেৰাও উত্তেজিত একাংশৰ।
- দুৰ্ঘটনাত আহত হৈছিল ৰাজু শইকীয়া নামৰ যুৱকজন।
- আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in