Published on:
Updated on:
- বৃহস্পতিবাৰে নিশা গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড।
- গোলাঘাটৰ জ্যোতিনগৰ ইটাখুলিত সংঘটিত হয় এই অগ্নিকাণ্ড।
- ঘটনাত গোলাঘাটত অগ্নিদগ্ধ হৈ মৃত্যু আইতাক আৰু নাতিনীয়েক।
- মৃত আইতাকৰ নাম হৈছে ৰেণু ভূঞা আৰু কণমাণি নাতিনীয়েকৰ নাম শেৱালী ভূঞা।
- খবৰনুসৰি অগ্নিকাণ্ডৰ বাবে ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল তেওঁলোক দুয়ো।
- অগ্নিকাণ্ডৰ সময়ত ঘৰত অকলে আছিল আইতাক আৰু নাতিনীয়েক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in