Published on:
Updated on:
- নুমলীগড়ৰ মৰঙি পানীকৰা গাঁৱত অঘটন।
- বিষাক্ত সুৰা খাই অসুস্থ হোৱা এজন লোক সন্ধানহীন।
- লোকজনৰ নাম দীপক ৰাজবংশী।
- সুৰা খাই অসুস্থ হৈছিল লোকজন।
- তাৰ পিছতে চিকিৎসাৰ বাবে গোলাঘাটলৈ গৈছিল তেওঁ।
- সোমবাৰে সন্ধিয়া ৫ বজাত গোলাঘাটলৈ গৈছিল লোকজন।
- সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে লোকজন।
- গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰিছিল লোকজনে।
- তাৰ পিছতে চিকিৎসালয়ৰ পৰা ঘূৰিছিল ঘৰলৈ।
- ঘৰলৈ উভতাৰ পথতে গোলাঘাটৰ পানী টেংকী নামৰ অঞ্চলৰপৰা সন্ধানহীন হয় দীপক ৰাজবংশী।
- লোকজন সন্ধানহীন হোৱাৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে গোলাঘাট আৰক্ষী থানাত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in