প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ গৃহ সমষ্টিতেই কংগ্ৰেছৰ মুখথেকেচা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ গৃহ সমষ্টিতেই কংগ্ৰেছৰ মুখথেকেচা
  • গহপুৰত ১৬খন গাঁও পঞ্চায়তৰ ফলাফল ঘোষণা।
  • ১৫খনতেই বিজয় সাব্যস্ত বিজেপিৰ।
  • প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ গৃহ সমষ্টিত কংগ্ৰেছৰ দুৰাৱস্থা।
  • সমষ্টিটোৰ চাৰিটা জিলা পৰিষদৰ আটাইকেইটাতে আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী।
  • আলোকপাৰা গাঁও পঞ্চায়ত বিপিএফৰ দখলত।
  • বৰ্তমান ভোটগণনা চলি আছে ৰিপুন বৰাৰ গৃহ গাঁও পঞ্চায়তত।
  • পৰাজয়ৰ দিশে কংগ্ৰেছৰ প্ৰাৰ্থী।
  • ৰিপুন বৰাৰ গাঁৱৰ নিচেই কাষৰ ঘাঘৰা গাঁও পঞ্চায়ততো কংগ্ৰেছৰ মুখথেকেচা।
  • এতিয়ালৈক এখনো পঞ্চায়ত দখল কৰিব পৰা নাই কংগ্ৰেছে।
  • বিহালী সমষ্টিৰ ১৫ পঞ্চায়ত বিজেপিৰ দখলত।
  • বিহালীৰ চাৰি জিলা পৰিষদতো বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in