/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/361cc707-55b0-486b-9257-fe4083b904f2/luku.jpg)
গহপুৰত নতুন মহকুমাধিপতি নিযুক্তি।
হেলেম ৰাজহ চক্ৰৰ ৰাজহ বিষয়া হিচাপে কৰ্মৰত লুকুমণি বৰা(এ চি এছ)ক পদোন্নতি দি গহপুৰ মহকুমাৰ মহকুমাধিপতি হিচাপে নিযুক্তি।
ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনাৰ জৰিয়তে লুকুমণি বৰাক অতিৰিক্ত উপায়ুক্ত আৰু গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাপে পদোন্নতি কৰা হৈছে।
যোৱা ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দ্বাৰা পৰিচালিত হৈ আহিছিল গহপুৰ মহকুমাৰ কাম-কাজ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us