অনিল মোহিলেলৈ মৰণোত্তৰভাৱে গোদাবৰী-ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা বঁটা

অনিল মোহিলেলৈ মৰণোত্তৰভাৱে গোদাবৰী-ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা বঁটা

author-image
asomiyapratidin
New Update
অনিল মোহিলেলৈ মৰণোত্তৰভাৱে গোদাবৰী-ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা বঁটা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মুম্বাইটো পালন কৰা হ'ব সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী। অসম এছ'চিয়েশ্যন আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত পালন কৰা হ'ব এই জন্মজয়ন্তী।

Advertisment

সুধাকণ্ঠৰ ৯২ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৮ আৰু ৯ ছেপ্টেম্বৰৰ দিন দুটা 'সমন্বয় দিৱস' হিচাবে পালন কৰিব এছ'চিয়েশ্যনে। এই অনুষ্ঠানতে সুধাকণ্ঠৰ সহযোগী সংগীত ব্যৱস্থাপক মুম্বাইৰ অনিল মোহিলেক মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব গোদাবৰী-ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা বঁটা।