গোৱালপাৰা জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ সবিশেষ ফলাফল

গোৱালপাৰা জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ সবিশেষ ফলাফল

author-image
asomiyapratidin
New Update

  • গোৱালপাৰাৰ ১৪টা আঞ্চলিক, ১৬টা পঞ্চায়ত সভাপতি আৰু ১০৮টা ৱাৰ্ডৰ ফলাফল ঘোষণা।
  • ইফালে, আঞ্চলিক পঞ্চায়তৰ ১৪টাৰ ভিতৰত ৭টা কংগ্ৰেছৰ, ৩টা এআইইউডিএফৰ, ৩টা বিজেপিৰ আৰু ১টা নিৰ্দলীয় প্ৰাৰ্থী জয়ী।
  • আনহাতে, ১৬টা গাওঁ পঞ্চায়তৰ সভাপতি পদৰ মুঠ ৫টা বিজেপিৰৰ, ৫টা কংগ্ৰেছৰ, ৪টা অগপৰ আৰু ২টা এআইইউডিএফ জয়ী।
  • ১০৮টা ৱাৰ্ডৰ ৪২টা নিৰ্দলীয়, ৩৭টা কংগ্ৰেছৰ, ১৭টা বিজেপিৰ, ১১টা এআইইউডিএফৰ আৰু ১টা অগপৰ জয় ।