Published on:
Updated on:
- গুৱাহাটী পৌৰ নিগমৰ ৭১গৰাকী ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ।
- নলা নিষ্কাষণৰ কামত জড়িত ঠিকাদাৰলৈ এই জাননী প্ৰেৰণ জিএমচিৰ আয়ুক্তৰ।
- সময় মতে কামৰ অগ্রগতি নোহোৱাক লৈ অসন্তুষ্ট আয়ুক্তগৰাকী।
- মুঠ ১৩৮ কোটি টকা ব্যয় সাপেক্ষে চলি আছে নলা নিষ্কাষণৰ কাম।
- দুদিনৰ ভিতৰত জনাব কামৰ অগ্রগতিৰ বিষয়ে জনাব লাগিব আয়ুক্তক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in