Published on:
Updated on:
- নাৰী দেহ ব্যৱসায়ীৰ ৰূপত স্বয়ং আৰক্ষী বিষয়া ।
- মহানগৰীৰ বশিষ্ঠৰ চিআইডি আবাসী গৃহত এতিয়া নাৰী দেহৰ ৰমৰমীয়া ঘাটি।
- মহানগৰীৰ বশিষ্ঠত আৰক্ষী বিষয়াৰ ঘৰতেই নাৰীদেহৰ চক্ৰ উৎখাত।
- কমলুদ্দিন আহমেদ নামৰ আৰক্ষী বিষয়জনৰ ঘৰত উৎখাত নাৰী দেহ চক্ৰ ।
- লগতে উদ্ধাৰ হৈছে এডাল কেকো সাপ।
- স্থানীয় লোকৰ অভিযোগ দীর্ঘদিন ধৰি বিষয়া জনৰ ঘৰত চলাই আছে নাৰী দেহৰ ব্যৱসায়।
- মায়ঙৰ পৰা অনা এগৰাকী যুৱতীয়ে পোহৰলৈ এনে ঘটনাটো ।
- কামলুদ্দিন আহমেদ নামৰ আৰক্ষী বিষয়া গৰাকী এছবি ব্ৰাঞ্চত কৰ্মৰত ।
- মহানগৰীৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত কাম দিয়াৰ চলেৰে যুৱতী সমূহক আনি দেহ ব্যৱসায় চলাই গৈছিল ধৃত কামলুদ্দিনে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in