New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- গীতানগৰ আৰক্ষীৰ অভিযান।
- আৰক্ষীৰ অভিযানত গ্রেপ্তাৰ দুটাকৈ গাড়ী সৰবৰাহকাৰী।
- গ্রেপ্তাৰ কৰা সৰবৰাহকাৰীদ্বয় দেৱজিৎ ভট্টাচাৰ্য আৰু দ্বীপ ৰয়।
- নাগালেণ্ড, অৰুণাচলত বিক্রী কৰিছিল চক্রটোৱে।
- দিছপুৰ,পাণবজাৰ,গীতানগৰ থানাত চক্রটোৰ বিৰুদ্ধে গোচৰ ৰুজু ভুক্তভোগীৰ।
- গাড়ী সৰবৰাহৰ লগত জড়িত আন ৪জন যুৱককো আটক গীতানগৰ আৰক্ষীৰ।