New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/gaurab-gogouineewdayittwaUntitled-1.jpg)
- কংগ্ৰেছ সভাপতিয়ে প্ৰদান কৰিলে সাংসদ গৌৰৱ গগৈক নতুন দ্বায়িত্ব।
- ত্ৰিপুৰা আৰু মণিপুৰ কংগ্ৰেছৰ দায়িত্ব দিয়া হৈছে সাংসদগৰাকীক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/97a83bdc-bce7-4d54-8ad0-656e62d981b1.jpg)
- ইয়াৰোপৰি, পশ্চিমবংগ আৰু আন্দামান নিকোবৰৰ দলীয় দায়িত্বতো থাকিব তেওঁ।
- ইফালে, উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ দলৰ সাধাৰণ সম্পাদকৰ দ্বায়িত্ব প্ৰদান কৰা হয় লুইজিনহো ফেলেৰিঅক।