প্ৰয়াত অভিনেতা ইন্দ্ৰ বণিয়াৰ পুত্ৰৰ অকাল মৃত্যু

সংগীত শিল্পী গৌৰৱ বণিয়াৰ মৃত্যু। প্ৰয়াক অভিনেতা ইন্দ্ৰ বণিয়াৰ একমাত্ৰ পুত্ৰ আছিল গৌৰৱ।

author-image
Asomiya Pratidin
New Update
প্ৰয়াত অভিনেতা ইন্দ্ৰ বণিয়াৰ পুত্ৰৰ অকাল মৃত্যু

  • সংগীত শিল্পী গৌৰৱ বণিয়াৰ মৃত্যু।

  • প্ৰয়াক অভিনেতা ইন্দ্ৰ বণিয়াৰ একমাত্ৰ পুত্ৰ আছিল গৌৰৱ।

  • জিএমচিএইচত সোমবাৰে দিনৰ ১২.২০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

  • কেইবামাহ ধৰি অসুস্থ হৈ আছিল তেওঁ।

  • 'হালধীয়া চৰাইয়ে বাও ধন খায়' ছবিখনৰ শিশু শিল্পী আছিল গৌৰৱ বণিয়া।

  • এগৰাকী সংগীত শিল্পী হিচাপে সকলোধৰণৰ বাদ্য বজাব পাৰিছিল তেওঁ।

  • গুৱাহাটী আকাশবাণীৰ জৰিয়তে সম্প্ৰসাৰিত নাটক 'শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট'টো অভিনয় কৰিছিল তেওঁ।