/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/036f3c40-b0f8-4719-99b0-e41e59958862/guwahati_26.jpg)
guwahati high court
-
শিক্ষা ব্যৱস্থাক লৈ গুৱাহাটী হাইক’ৰ্টৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
-
ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত ২৫% আসন সংৰক্ষণৰ নিৰ্দেশ।
-
দৰিদ্র ছাত্র-ছাত্রীৰ বাবে সংৰক্ষণ কৰিব লাগিব এই আসন।
-
বিনামূলীয়াকৈ পঢ়ুৱাব লাগিব দৰিদ্র ছাত্র-ছাত্রীক।
-
২০২৩ বষৰ্ৰ পৰাই কাৰ্যকৰী হ’ব লাগিব এই নিৰ্দেশনা।
-
ইয়াৰ বাবে শিক্ষা বিভাগক ব্যৱস্থা গ্রহণ নিৰ্দেশ HC।
-
১৪ মাৰ্চৰ ভিতৰত বিজ্ঞাপন প্রকাশৰ নিৰ্দেশ।
-
এখন PILৰ শুনানি গ্রহণ কৰি এই নিৰ্দেশ HCৰ।