New Update
/asomiyapratidin/media/media_files/2025/03/30/W6rlFwqxk5Ja1AvbRrz7.jpg)
বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
- মৰিগাঁওৰ হেকেনামাৰাত আৰক্ষীৰ অভিযান
- অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক তিনি সৰবৰাহকাৰী
- আটক ধৃত ৰফীকুল ইছলাম, আফটাৰ হুছেইন, ইদ্দিচ আলী
- তিনিটা ডাঙৰ বস্তা আৰু এটা সৰু বস্তা গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী
- পুৱতি নিশা প্ৰায় ৪ মান বজাত আৰক্ষীয়ে চলাইছিল অভিযান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us