/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/police-arrested-thief-newsface.jpg)
প্ৰতীকি ফটো
-
মহানগৰীত মহিলাক শ্লীলতা হানিৰ চেষ্টা সুৰাসক্ত যুৱকৰ।
-
বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।
-
গণেশগুৰিস্থিত বি কে টাৱাৰৰ সন্মুখত এই ঘটনা।
-
স্কুটীত অহা এগৰাকী মহিলাক শ্লীলতা হানিৰ চেষ্টা যুৱকৰ দলৰ।
-
বেৰিকেড, দোকানৰ চাইনব’র্ড ভঙাৰো চেষ্টা যুৱকৰ দলটোৰ।
-
ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত পলায়ন কৰে চাৰি যুৱক।
-
ধ্ৰুৱজ্যোতি দাস নামৰ এজন যুৱকক আটক আৰক্ষীৰ।