New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/31993b3c-9853-4c07-a766-5d8920d60297/agranii.jpg)
MERAPANI
কামৰূপৰ লাৰুৱাজানত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
আৰক্ষীয়ে খেদি খেদি আটক কৰে ২জনকৈ জুৱাৰী।
ধৃত জুৱাৰী ২জন শুকুৰ আলী আৰু আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।
দুয়োৰে পৰা জব্দ নগদ ধনৰ সৈতে জুৱাখেলৰ সামগ্রী।
Also Read: কাজিৰঙাত উত্তৰ পূৰ্বাঞ্চলৰ টাইগাৰ ৰিজাৰ্ভৰ উচ্চস্তৰীয় বৈঠক