Published on:
Updated on:
- অৱশেষত উদ্ধাৰ হ'ল পাইয়া ৰবিদাস নামৰ ব্যক্তিজনৰ মৃতদেহ।
- ধুবুৰীৰ গৌৰীপুৰৰ গদাধৰ নৈত উদ্ধাৰ হয় মৃতদেহটো।
- এছ ডি আৰ এফ বাহিনীৰ দলে অভিযান চলাই উদ্ধাৰ কৰে ব্যক্তিজনৰ মৃতদেহটো।
- শনিবাৰে পুৱাৰে পৰা অভিযান চলাইছিল এছ ডি আৰ এফৰ দলটোৱে।
- শুকুৰবাৰে নিশা গদাধৰ নৈত পৰি সন্ধানহীন হৈ আছিল পাইয়া ৰবিদাস।
- অত্যাধিক মদ্যপান কৰাৰ ফলতে নৈত পৰা বুলি সন্দেহ একাংশ লোকৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in